WOMEN LEADERS

Asma Khatun is a Co-worker at Muslim Women Forum. Asma, joined our rapid assessment of Impact of Covid-19 in Assam. This is what Asma has to say-

“Of the 20 people I met, I understood that they are living their life in great vulnerability. They are not having access to staple food, medicine, water supply, house, domestic issues, online education and police .

The situation in which I saw these people living in, if the lockdown extends then many people would die starving and in lack of medical facilities. Neither have they received any help from the side government. At present they are in ardent need of money and police access. This is because the police also must understand these people and would not subject them to police brutality and violence like beating them up and harassment. Many people do not even have a ration card. From the Equity Center, New Delhi, I have freed almost 100 people.”

আচমা খাতুন মুছলিম মহিলাৰ ফাৰমৰ সহ-কৰ্মী । শোণিতপুৰ পৰা আমাৰ গৱেষক আচমাৰ কথাত -

“মই যি ২০ গৰাকী লগত দেখা সাক্ষাত কৰিলো তাৰ পৰা দেখিলোঁ যে মানুহ কেইজন খুব কষ্টত ভুগি আছে। সাধাৰণ খাদ্য, ঔষধ, চাপলাই পানী, ঘৰ, গাৰ্হস্থ্য গৃহপালিত অনলাইন শিক্ষা পুলিচ।

এই মানুহখিনিৰ যি অৱস্থা দেখা পাইছোঁ লকডাউন যদি আৰু বাঢ়ে তেন্তে বহুতে নাখায় আৰু চিকিৎসাৰ অভাৱত মৰিব। চৰকাৰৰ ফালৰপৰাও প্ৰয়োজনীয় একো সুবিধা পোৱা নাই। বৰ্তমান তেওঁলোকৰ খুব প্ৰয়োজন পইচা আৰু পুলিচ বাহিনীৰ। যাতে পুলিচেও মানুহখিনিক বুজি পায়। আৰু বিনা কাৰণত মাৰপিট নকৰে আৰু চৰকাৰী সাহায্যৰ প্ৰয়োজন। বহুতৰতো ৰেচন কাৰ্ড ও নাই। মই ১০০ ঘৰ মানুহক মুক্তি বা সকাহ দিছোঁ (equity) ইক্যুইটি কেন্দ্ৰৰ (New Delhi) নতুন দিল্লীৰ পৰা।”

Bhaotina Mushahary is the Co-Founder and Managing Trustee of the Action for Inclusion and Empowerment Trust (AIET). AIET works towards promoting rights for persons with disability, focusing especially on women.

Following is the experience of our Community Researcher from Kokrajhar, Bhaotina, in her own words -

‘’What we found out during this documentation project is that women, persons with disability, and children are most adversely affected due to this Pandemic. People in the area are mostly concerned about ration, medicine and transportation. They strongly believe that if the government authorities take interest, these issues can be mitigated. For instance, their transportation woes will go if the government can provide even one vehicle from the village to the town and back so as to be able to access banking and medical facilities.”

ভাওটিনা মোছাহাৰি ´একছন ফৰ ইনক্লিউজন এন্দ এম্পাৱৰ্মেন্ত (AIET) নামৰ প্ৰতিষ্ঠানটিৰ সহ- প্ৰতিষ্ঠাপক আৰু মেনেজিং ট্ৰাষ্ট ই । AIET এ শাৰীৰিক ভাৱে অক্ষম লোকৰ অধিকাৰৰ বাবে কাম কৰে, বিশেষকৈ মহিলা সকলৰ লগত।

কোকৰাঝাৰৰ পৰা আমাৰ ১ম গৱেষক ভাওঁতিনৰ কথাত -

"এই সমিক্ষাটোৰ পৰা বুজিলো যে মহামাৰীটোৰ দ্বাৰা শাৰীৰিক ভাৱে অক্ষম লোক , মহিলা আৰু শিশুৰ বেছিকৈ ক্ষতি হৈছে । মানুহবোৰ খাদ্য, ঔষধ আৰু যাতায়তৰ পৰিস্থিতিলৈ চিন্তিত । কিন্তু তেওঁলোকৰ ভাৱে যে চৰকাৰে বিছাৰিছিলে এইবোৰ সমস্যাৰ সহজে সমাধান হ'ব পাৰে। যেনেকৈ গাড়ী এখন ঠিক কৰি দিলে গাওঁৰ পৰা টাউনলৈ অতি সহজে আহি বেংক আৰু চিকিৎসাৰ সুবিধা ল'ব পাৰি।”